#WWE বিশ্বৰ সকলো মানুহৰ এক প্রিয় Wrestling game হয়,যত সমগ্ৰ বিশ্বৰ বলবান wrestler জড়িত থাকে। 1)#WWE মানে হৈছে #World_Wrestling_Entertainment । ইয়াক প্ৰথমে Jess McMahon আৰু Toots Mondt নামৰ দুজন ব্যক্তিয়ে সৃষ্টি কৰিছিল,1952 ত,প্ৰথম অৱস্থাত ইয়াৰ নাম আছিল #CWC (#Copitol_Wrestling_Corporation_Ltd.) 2)ইয়াৰ মুখ্য কাৰ্যালয় #Stamford, #Connecticut ত আছে। 3)1970 ত ইয়াৰ নাম হৈছিল #WWF আৰু 1980 ত ইয়াক #wing McMahon য়ে কিনি ললে, তাৰ পিছত আৰু কিছুমান বিবাদৰ ফলত ইয়াৰ নাম 2002 ত হলগৈ #WWE. 4)দৰ্শক সকলে ভাবে যে ইয়াত কেৱল ভাল body থকা ব্যক্তিহে থাকে আচলতে তেনে নহয়,,যিয়ে ভাল খেলে সিহঁতেহে ইয়াত থাকে। 5)#Match কোনে জিকিব সেইটো আগৰপৰাই নিশ্চিত হয় থাকে,,কিন্তু Match ৰ fight বোৰ আৰু দুখ পোৱা সকলো বোৰ সঁচা হয়। 6)কেতিয়াবা Match ত সাৰি যোৱা জনাওঁ বেছি পইচা পাই। 7) #Steminer বঢ়াবৰ বাবে Wrestler বোৰে কেতিয়াবা #ষ্টেৰয়ড_হৰমন ব্যৱহাৰ কৰে,,যদিও WWE ৰ #Balance_Policy য়ে ইয়াক অনুমতি নিদিয়ে তথাপিও এনে কাৰ্য হয় যায়। 8)যদিও এই খেলৰ জয়ীজন আগৰ পৰাই নিশ্চিত হৈ থাকে তথাপিও খেলত কেতিয়াবা ...
সূৰ্যক কেন্দ্ৰ কৰি চাৰিওফালে যি গ্ৰহ, উপগ্ৰহ,আৰু পিণ্ড বোৰ আছে এই গোটেই system টোক সৌৰজগত বুলি কোৱা হয়।এতিয়ালৈকে জনা মতে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ কেৱল আমাৰ সৌৰজগতৰ পৃথিৱীত হে জীৱনৰ অস্তিত্ব আছে।
আমাৰ সৌৰজগতত প্ৰথমে 9 টা গ্ৰহ আছিল 2006 ৰ পিছত মুঠ 8 টা গ্ৰহ ধৰা হল,, pluto ক আমাৰ সৌৰ জগতৰ পৰা বাহিৰ কৰি দিয়া হল। আমাৰ সৌৰজগতৰ বয়স হৈছে 4.568 billion years.
আমাৰ সৌৰজগতত প্ৰথমে 9 টা গ্ৰহ আছিল 2006 ৰ পিছত মুঠ 8 টা গ্ৰহ ধৰা হল,, pluto ক আমাৰ সৌৰ জগতৰ পৰা বাহিৰ কৰি দিয়া হল। আমাৰ সৌৰজগতৰ বয়স হৈছে 4.568 billion years.
সূৰ্য-- সূৰ্য হৈছে আমাৰ সৌৰজগত খনৰ কেন্দ্ৰ টাক কেন্দ্ৰ কৰিয়েই সকলো গ্ৰহ নিজৰ কক্ষ পথত ঘূৰি থাকে।ই গোলাকাৰ আৰু উত্তপ্ত,পৃথিৱীৰ সকলো গছ গছনি,জীৱ জন্তুৰ শক্তিৰ মূল উৎস হৈছে সূৰ্য।ই helium আৰু hydrogen ৰ দ্বাৰা গঠিত।আৰু কম পৰিমাণৰ oxygen, neon,carbon,iron পোৱা যায়।
গ্ৰহ--
1)বুধ_গ্ৰহ (Mercury)
সূৰ্যৰ একেবাৰে ওচৰৰ গ্ৰহ,সকলোতকৈ সৰু আৰু সকলোতকৈ কম সময়তে (88 দিন)সূৰ্যৰ চাৰিওফাঁলে পৰিক্ৰমা কৰা গ্ৰহ।
1)বুধ_গ্ৰহ (Mercury)
সূৰ্যৰ একেবাৰে ওচৰৰ গ্ৰহ,সকলোতকৈ সৰু আৰু সকলোতকৈ কম সময়তে (88 দিন)সূৰ্যৰ চাৰিওফাঁলে পৰিক্ৰমা কৰা গ্ৰহ।
2)শুক্ৰ_গ্ৰহ (Venus)
দ্বিতীয় স্থানৰ গ্ৰহ,
পৃথিৱীৰ কাষৰ গ্ৰহ আৰু কিছুমান মিল থকাৰ বাবে ইয়াক পৃথিৱীৰ sister বুলি কোৱা হয়,(twin_sister_of_earth)
দ্বিতীয় স্থানৰ গ্ৰহ,
পৃথিৱীৰ কাষৰ গ্ৰহ আৰু কিছুমান মিল থকাৰ বাবে ইয়াক পৃথিৱীৰ sister বুলি কোৱা হয়,(twin_sister_of_earth)
ই নিজৰ কক্ষ পথত এপাক ঘূৰিবলৈ 242 দিন লয়,ইয়াৰ অৰ্থ পৃথিৱীৰ 242 দিন হলে শুক্ৰ গ্ৰহত 1 দিন হয়।
এই গ্ৰহ উলুটাকৈ পূবৰ পৰা পশ্চিম দিশে ঘূৰে সেইবাবে ইয়াত সূৰ্য পশ্চিম দিশত উদয় হয় আৰু পূব দিশত মাৰ যায়।
এই গ্ৰহ উলুটাকৈ পূবৰ পৰা পশ্চিম দিশে ঘূৰে সেইবাবে ইয়াত সূৰ্য পশ্চিম দিশত উদয় হয় আৰু পূব দিশত মাৰ যায়।
3)পৃথিৱী (Earth)
ই তৃতীয় স্থানৰ গ্ৰহ, ইয়াতেই জীৱৰ অস্তিত্ব আছে।
ই নিজ কক্ষ পথত এপাক ঘূৰিবলৈ 23 ঘণ্টা 56 মিনিট 4.09053 চেকেণ্ড সময় লয় আৰু সূৰ্যৰ চাৰিও ফালে এপাক ঘূৰিবলৈ 365.256 দিন সময় লয়।চন্দ্ৰ পৃথিৱীৰ একমাত্ৰ প্ৰাকৃৰ্তিক উপগ্ৰহ।

4)মঙ্গল (Mars)
চতুৰ্থ স্থানৰ গ্ৰহ আৰু ইয়াত Iron Oxide থকাৰ বাবে ই ৰঙা ৰঙৰ হয় আৰু সেইবাবে ইয়াক ৰঙা গ্ৰহ বুলিও কয়।ইয়াৰ উপগ্ৰহ দুটা।ভৱিষ্যতে এই গ্ৰহত জীৱ থকাৰ সম্ভাৱনা বহুত বেছি।
চতুৰ্থ স্থানৰ গ্ৰহ আৰু ইয়াত Iron Oxide থকাৰ বাবে ই ৰঙা ৰঙৰ হয় আৰু সেইবাবে ইয়াক ৰঙা গ্ৰহ বুলিও কয়।ইয়াৰ উপগ্ৰহ দুটা।ভৱিষ্যতে এই গ্ৰহত জীৱ থকাৰ সম্ভাৱনা বহুত বেছি।
5)বৃহস্পতি (Jupiter)
(পঞ্চম গ্ৰহ)
ই আমাৰ সৌৰজগতৰ সকলোতকৈ ডাঙৰ গ্ৰহ।
ইয়াৰ 67 টা উপগ্ৰহ আছে,ই নিজৰ কক্ষত এপাক ঘূৰিবলৈ 9 ঘণ্টা 30 মিনিট সময় লয়,মানে
ইয়াৰ এদিনত 9 ঘণ্টা 30 মিনিট থাকে।
(পঞ্চম গ্ৰহ)
ই আমাৰ সৌৰজগতৰ সকলোতকৈ ডাঙৰ গ্ৰহ।
ইয়াৰ 67 টা উপগ্ৰহ আছে,ই নিজৰ কক্ষত এপাক ঘূৰিবলৈ 9 ঘণ্টা 30 মিনিট সময় লয়,মানে
ইয়াৰ এদিনত 9 ঘণ্টা 30 মিনিট থাকে।

Comments
Post a Comment