Skip to main content

Posts

WWE (World Wrestling Entertainment) বিষয়ে চমুকৈ।

#WWE  বিশ্বৰ সকলো মানুহৰ এক প্রিয় Wrestling game হয়,যত সমগ্ৰ বিশ্বৰ বলবান wrestler জড়িত থাকে। 1)#WWE  মানে হৈছে #World_Wrestling_Entertainment । ইয়াক প্ৰথমে Jess McMahon আৰু Toots Mondt নামৰ দুজন ব্যক্তিয়ে সৃষ্টি কৰিছিল,1952 ত,প্ৰথম অৱস্থাত ইয়াৰ নাম আছিল #CWC (#Copitol_Wrestling_Corporation_Ltd.) 2)ইয়াৰ মুখ্য কাৰ্যালয় #Stamford, #Connecticut  ত আছে। 3)1970 ত ইয়াৰ নাম হৈছিল #WWF আৰু 1980 ত ইয়াক #wing McMahon য়ে কিনি ললে, তাৰ পিছত আৰু কিছুমান বিবাদৰ ফলত ইয়াৰ নাম 2002 ত হলগৈ #WWE. 4)দৰ্শক সকলে ভাবে যে ইয়াত কেৱল ভাল body থকা ব্যক্তিহে থাকে আচলতে তেনে নহয়,,যিয়ে ভাল খেলে সিহঁতেহে ইয়াত থাকে। 5)#Match কোনে জিকিব সেইটো আগৰপৰাই নিশ্চিত হয় থাকে,,কিন্তু Match ৰ fight বোৰ আৰু দুখ পোৱা সকলো বোৰ সঁচা হয়। 6)কেতিয়াবা Match ত সাৰি যোৱা জনাওঁ বেছি পইচা পাই। 7) #Steminer বঢ়াবৰ বাবে Wrestler বোৰে কেতিয়াবা #ষ্টেৰয়ড_হৰমন ব্যৱহাৰ কৰে,,যদিও WWE ৰ #Balance_Policy য়ে ইয়াক অনুমতি নিদিয়ে তথাপিও এনে কাৰ্য হয় যায়। 8)যদিও এই খেলৰ জয়ীজন আগৰ পৰাই নিশ্চিত হৈ থাকে তথাপিও খেলত কেতিয়াবা ...
Recent posts

অলিয়েন কি? অলিয়েন আমাৰ পৃথিৱীলৈ আহিব পাৰে নে নোৱাৰে???

#বিজ্ঞান জগতৰ ই এক অতি ৰহস্যজনক বিষয়,পৃথিৱীৰ সকলো বিজ্ঞানীয়ে ইয়াৰ ওপৰত অধ্যয়ন কৰি ইয়াৰ উপস্থিতিৰ ধাৰণা কৰিছে,,, #Alien বুলি কলে আমি প্ৰথমে এইটো বুজিব লাগিব যে,#Life_in_another_world পৃথিৱী বাসীৰ বাবে পৃথিৱীৰ বাহিৰৰ যিকোনো গ্ৰহ, উপগ্ৰহত থকা জীৱকে আমি alien বুলি কব পাৰো,,,সি এক সৰু বেক্টেৰিয়াও হব পাৰে,,আৰু আমাতকৈ বেছি বিকশিত বা কম বিকশিত ও হব পাৰে,,, আমি যেনেকৈ #oxygen আৰু পানীৰ ওপৰত নিৰ্ভৰশীল তেওঁলোক #hydrogen বা #nitrogen ইত্যাদি গেছৰ ওপৰত নিৰ্ভৰ হব পাৰে,,,আৰু এইটো ও হব পাৰে যে মানুহৰ নিচিনাকৈ একেবাৰ element ৰ ওপৰত নিৰ্ভৰ কৰে কাৰণ পৃথিৱীত যিবোৰ element ৰ দ্বাৰা জীৱৰ সৃষ্টি হৈছিল তেনেকুৱা #element সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডত টু আৰু বহুতো ঠাইত থাকিব। বৈজ্ঞানীক সকলৰ মতে আমাৰ সৌৰজগতৰ বৃহস্পতি আৰু শনি গ্ৰহৰ উপগ্ৰহত সূক্ষ্ম জীৱৰ অস্তিত্ব আছে তেন্তে যদি আমাৰ সৌৰজগত খনতেই যদি জীৱন সম্ভৱ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডত কিয় নহব,,, #কিন্তু alien যে পৃথিৱীলৈ আহে এই কথা বৈজ্ঞানিক সকলে সঠিককৈ মানি নলয় কাৰণ আমাৰ পৃথিৱীৰ (সৌৰজগতৰ বাহিৰৰ) সকলোতকৈ ওচৰৰ গ্ৰহ যোনটো #habitable_zone ত অৱস্থিত ,,পৃথিৱীৰ পৰা 12 ...

হিৰোচিমা আৰু নাগাসাকী ৰ ভয়ানক ঘটনাৰ বিষয়ে।

#দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত আমেৰিকাই পৰমাণু বোঁমাৰ জৰিয়তে জাপানৰ হিৰোশিমা আৰু নাগাসাকীৰ বিনাশ কৰিছিল যাৰ প্ৰকোপ আজিও সেই ঠাইত দেখিবলৈ পোৱা যায়। #1)প্ৰথমটো পৰমাণু বোমা 6 আগষ্ট 1945 ত হিৰোচিমা আৰু তিনি দিনৰ পিছত 9 আগষ্ট 1945 ত দ্বিতীয়টো বোমা  নাগাসাকী ত পেলোৱা হৈছিল। আৰু সেইদিনাৰ পৰা আজিলৈ পৃথিৱীত পৰমাণু বোমাৰ ব্যৱহাৰ কৰা হোৱা নাই। #2)হিৰোচিমাত বোমা পেলোৱাৰ সিদ্ধান্ত প্রায় 1 ঘণ্টা আগত লোৱা হৈছিল। #3)হিৰোচিমাত পেলোৱা বোমা টোৰ নাম আছিল #Little_Boy. যাৰ ওজন আছিল প্ৰায় 4000 kg আৰু দীর্ঘতা আছিল 10 ফুট, যত ইউৰেনিয়াম ৰ পৰিমাণ 65 kg আছিল,,কিন্তু হিৰোচিমাত হোৱা বিম্ফুৰণ কেৱল 0.7g ইউৰেনিয়াম ৰ দ্বাৰাই হৈছিল,যাৰ ওজন আছিল মাত্ৰ এটা আলপিনৰ সমান। #4)নাগাসাকী ত পেলোৱা বোমাটোৰ নাম আছিল #Fat_Man. যাৰ ওজন আছিল 4500 kg আৰু দীর্ঘতা আছিল 11.5 ফুট , ইয়াত 6.5 kg প্লুট'নিয়াম আছিল,যি ইউৰেনিয়াম তকৈ বহু শক্তিশালী আছিল। #5)নাগাসাকী ত পেলোৱা বোমা প্ৰথমে kukora city পেলোৱা কথা আছিল কিন্তু তাৰ জলবায়ু ভাল নথকাৰ বাবে নাগাসাকীতেই পেলোৱা হল আৰু এই বোমা Quoto city টো পেলোৱা কথা আছিল,কিন্তু যুদ্ধৰ Secretar...

পৃথিৱীৰ 8 টা আচৰিত বস্তুৰ তালিকাত থকা ,তাজমহলৰ সৈতে জড়িত কিছুমান বিষেশ তথ্য*

#আমি সকলোৱে জানো তাজমহল প্ৰেমৰ প্ৰতীক,চাহজাহানে নিজৰ পত্নীৰ প্ৰতি থকা প্রেমৰ অস্তিত্ব ইয়াৰ দ্বাৰা প্ৰকাশ কৰি থৈ গৈছে বুলি আমি জানো। ইয়াৰ লগত জড়িত কেইটামান তথ্য ... 1)#তাজমহলৰ নিৰ্মান কাৰ্য 1632 ৰ পৰা 1653 পৰ্যন্ত হৈছিল,,20 বছৰ সময় লাগিছিল,আৰু এই নিৰ্মান কাৰ্যত 20 হাজৰ কৰ্মীৰ প্ৰয়োজন হৈছিল, 2)#তাজমহল চাহজাহানে তেওঁৰ তৃতীয় পত্নী মমতাজৰ স্মৃতিত সজাইছিল। 3)#মমতাজৰ মৃত্যু তেওঁৰ 14 no সন্তান জন্ম দিয়াৰ অৱস্থাত হৈছিল। 4)#তাজমহল বনাবৰ বাবে 8 খন দেশৰ পৰা সামগ্ৰী অনা হৈছিল। 5)#তাজমহলৰ চাৰিওফালে মিনাৰ তৈয়াৰ কৰা হৈছিল যাতে ইয়াৰ সন্তুলন ভাল হয় থাকে। 6)#তাজমহল 18 প্ৰকাৰ এক মূল্যবান শিলৰ দ্বাৰা সজোৱা হৈছিল,,যাক ইংৰাজে লৈ গল। 7)তাজমহললৈ প্ৰতি বছৰে 40-50 লাখ পৰ্যটক আহে । 8)#তাহমহল নিৰ্মান কৰোঁতে 3 কোটি টকা খৰচ হৈছিল,,যাৰ আজিৰ হিচাব হব 64 আৰব হব। 9)#চাহজাহানে তাজমহলৰ ওচৰতে এওঁ এটা black তাজমহল তৈয়াৰ কৰা কথা ভাবিছিল, কিন্তু তেওঁৰ নিজ পুত্ৰ ঔৰংগজেব এ তেওঁক বন্দী বনুৱাৰ বাবে তেওঁৰ সপোন পূৰণ নহল। 10)#দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত 1971 ত যেতিয়া ভাৰত পাকিস্তানৰ মাজত যুদ্ধ হৈছিল,,বাঁহৰ ঘেৰা বনাই সেউ...

টাইটানিক জাহাজৰ সৈতে জড়িত কেইটামান তথ্য ।

1 )সেই সময়ত মানুহৰ দ্বাৰা সজোৱা সকলোতকৈ ডাঙৰ বস্তু। টাইটানিক জাহাজ   খনক 3000 কৰ্মীৰ এক team ৰ দ্বাৰা সজাইছিল, জাহাজ খনৰ কাম 31 মাৰ্চ 1909 ত আৰম্ভ হৈছিল আৰু 31 may 1911 ত সম্পূৰ্ণ হৈছিল। 2) এই জাহাজ খন তিনি খন ফুটবল খেলপথাৰৰ সমান ডাঙৰ আছিল আৰু 31 may 1911 ৰ দিনা ইয়াক চাবলৈ 1 লাখতকৈ বেছি মানুহ আহিছিল। 3)12 এপ্ৰিল 1912 ত জাহাজ খন ইংলেণ্ডৰ southampton ৰ পৰা নিউয়ৰ্ক লৈ ৰাওনা হল, চাৰি দিনৰ যাত্ৰাৰ অন্তত 14 এপ্ৰিল 1912 ৰ 11.40 ত হিমপৰ্বত (iceberg) নামৰ এক বৰফৰ পৰ্বতত প্ৰচণ্ড খুন্দা মাৰে আৰু ফলত ইয়াৰ তলৰ ভাগত ছিদ্ৰ হোৱাত পানীৰে ভৰি পৰি জাহাজ খন পানীত ডুব গল। 4)হিমপৰ্বতত খুন্দা মৰাৰ প্ৰায় 2 ঘণ্টা 40 মিনিটৰ অন্তত জাহাজ খন সম্পূৰ্ণ ভাবে পানীত ডুব গৈছিল। 5) আনুমানিক তথ্যৰ মতে জাহাজ খনত 3547 মানুহ আছিল,তাৰে 1687 যাত্ৰী আৰু 860 কৰ্মচাৰী আছিল,আৰু ইয়াৰে 1537 লোক নিহত হয়। 6) এই দুৰ্ঘটনাত নিহত হোৱা লোকৰ কেৱল 306 জনৰহে dead body উদ্ধাৰ হৈছিল। 7)জাহাজ খন ডুবা ঠাইত পানীৰ উষ্ণতা আছিল -2 ডিগ্ৰী চেলচিয়াছ আছিল আৰু কোনো মানুহ ইয়াত মাত্ৰ 15 মিনিট সময় সাঁতুৰিব পাৰিব,পিছত তেওঁৰ মৃত্যু হব। ...

মাছৰ বৰষুণ, প্রকৃতিৰ এক আশ্চৰ্যজনক ঘটনাৰ সঠিক তথ্য।

আমাৰ পৃথিৱীত এনেকুৱা ধৰণৰ কিছুমান ঘটনা ঘটিত হৈ থাকে যাক লয় সকলো মানুহ আচৰিত হব লগা হয়,,,,বিশ্বত অতীজৰে পৰা চলি অহা এক প্ৰাকৃতিক ঘটনা, #মাছ_বেং_সাপ ইত্যাদিৰ বৰষুণ..আকাশৰ পৰা জীৱৰ বৰষুণ।।। #প্ৰথম মাছৰ বৰষুণ হৈছিল 1861 ত #Singapore , প্ৰথম বেংৰ বৰষুণ হৈছিল 2009 ত জাপানত আৰু সাপৰ বৰষুণ হৈছিল 1680 ত।  #আমাৰ ভাৰতৰ #কেৰেলা(2008). #যমনগৰ(2009). #তামিল নাডু (ছেপ্টেম্বৰ 12, 2013). আৰু #অন্ধ্ৰপ্ৰদেশ (19 june,2015, 16 আগষ্ট 2015, 19 may 2016।।।। ইত্যাদি আৰু বহুতো ঠাইত মাছৰ বৰষুণ হৈছিল।।। #সৰ্ব_প্ৰথমে  #French_physicist_André_Marie_Ampère (1775 – 1836)এই ঘটনাৰ ওপৰত ধ্যান দিছিল। আৰু #Society_of_Natural_Science ক ইয়াৰ বিষয়ে কিছু উপদেশ দিছিল।। #1861 ৰ ঘটনাৰ পিছত  #French_naturalist #Francis_de_Laporte_de_Castelnau য়ে এই ঘটনাৰ ওপৰত expriment চলাবলৈ আৰম্ভ কৰে।। আৰু বহুতো এনেকুৱা ঘটনা ৰাইজৰ আগত অহাৰ পিছত বৈজ্ঞানিক সকলে ইয়াৰ ওপৰত এক পৰীক্ষণ চলাই আৰু ইয়াৰ কাৰণ.. #WaterSpout(জলস্তম্ভ) আৰু #Tornadoes(ঘূৰ্ণিৱতাহ).বুলি কয়। #জলস্তম্ভৰ অৰ্থ হৈছে সমুদ্ৰ পৃষ্ঠত ডাৱৰৰ মিলন,...

সপোনৰ লগত জড়িত কেইটামান তথ্য ।

1)সপোনত আমি কেতিয়াও পঢ়িব নোৱাৰো। 2)সপোন দেখাৰ সময়ত যদি আমি ঘড়ী চাওঁ,বাৰে বাৰে বেলেগ বেলেগ time দেখিম। 3)সপোন দেখাৰ বাবেই পৃথিৱীত বহু বস্তুৰ সৃষ্টি হল, Larry Page য়ে google ৰ আবিষ্কাৰ সপোন দেখাৰ পিছতে সৃষ্টি কৰিছিল। 4)সপোন দেখাৰ সময়ত আমাৰ মগজুয়ে দ্ৰুত গতিত  ক্ৰিয়া কৰে।(বেছি সক্ৰিয় ভাৱে)। 5)জীৱ জন্তু বোৰেও সপোন দেখে। 6)সপোন দেখাৰ পিছত 60% মানুহেই সেই সপোন পাহৰি যায়। 7)জন্মৰ পৰা অন্ধ লোকে সপোনত একো দেখিব নোৱাৰে,কিন্তু জন্মৰ পৰা অন্ধ নোহোৱা লোকে সপোনত চিত্ৰ দেখিব পাৰে। 8)সপোনত আমি সেইবোৰ মানুহকে দেখোঁ,,যাক আমি আজিলৈকে জীৱনত দেখিছোঁ। 9)বেছি ভাগ মানুহেই ঋণাত্মক দিশৰ সপোনে দেখে। 10)এক ৰাতিত এজন মানুহে 7 টা বেলেগ বেলেগ ধৰণৰ সপোন দেখিব পাৰে। 11)70% লৰাই সপোনত কেৱল লৰাকে দেখে কিন্তু ছোৱালীয়ে লৰা আৰু ছোৱালী দুয়োকে দেখে। 12)12% মানুহে সপোন black and white দেখে। 13) সপোন দেখিলে আমাৰ mind ৰ শক্তি বৃদ্ধি পাই,সেইবাবে সপোন দেখাটো ভাল। 14)এজন সামান্য ব্যক্তিয়ে তেওঁৰ গোটেই জীৱনটো প্রায় 6 বছৰ সময় সপোন দেখোঁতেই অতিবাহিত কৰে। 15)পৃথিৱীত এনেকুৱা এজন মানুহ নাই যিজনে সপোন নেদেখাকে আছে। ...