#WWE বিশ্বৰ সকলো মানুহৰ এক প্রিয় Wrestling game হয়,যত সমগ্ৰ বিশ্বৰ বলবান wrestler জড়িত থাকে। 1)#WWE মানে হৈছে #World_Wrestling_Entertainment । ইয়াক প্ৰথমে Jess McMahon আৰু Toots Mondt নামৰ দুজন ব্যক্তিয়ে সৃষ্টি কৰিছিল,1952 ত,প্ৰথম অৱস্থাত ইয়াৰ নাম আছিল #CWC (#Copitol_Wrestling_Corporation_Ltd.) 2)ইয়াৰ মুখ্য কাৰ্যালয় #Stamford, #Connecticut ত আছে। 3)1970 ত ইয়াৰ নাম হৈছিল #WWF আৰু 1980 ত ইয়াক #wing McMahon য়ে কিনি ললে, তাৰ পিছত আৰু কিছুমান বিবাদৰ ফলত ইয়াৰ নাম 2002 ত হলগৈ #WWE. 4)দৰ্শক সকলে ভাবে যে ইয়াত কেৱল ভাল body থকা ব্যক্তিহে থাকে আচলতে তেনে নহয়,,যিয়ে ভাল খেলে সিহঁতেহে ইয়াত থাকে। 5)#Match কোনে জিকিব সেইটো আগৰপৰাই নিশ্চিত হয় থাকে,,কিন্তু Match ৰ fight বোৰ আৰু দুখ পোৱা সকলো বোৰ সঁচা হয়। 6)কেতিয়াবা Match ত সাৰি যোৱা জনাওঁ বেছি পইচা পাই। 7) #Steminer বঢ়াবৰ বাবে Wrestler বোৰে কেতিয়াবা #ষ্টেৰয়ড_হৰমন ব্যৱহাৰ কৰে,,যদিও WWE ৰ #Balance_Policy য়ে ইয়াক অনুমতি নিদিয়ে তথাপিও এনে কাৰ্য হয় যায়। 8)যদিও এই খেলৰ জয়ীজন আগৰ পৰাই নিশ্চিত হৈ থাকে তথাপিও খেলত কেতিয়াবা ...
1)সেই সময়ত মানুহৰ দ্বাৰা সজোৱা সকলোতকৈ ডাঙৰ বস্তু।
টাইটানিক জাহাজ খনক 3000 কৰ্মীৰ এক team ৰ দ্বাৰা সজাইছিল, জাহাজ খনৰ কাম 31 মাৰ্চ 1909 ত আৰম্ভ হৈছিল আৰু 31 may 1911 ত সম্পূৰ্ণ হৈছিল।
2) এই জাহাজ খন তিনি খন ফুটবল খেলপথাৰৰ সমান ডাঙৰ আছিল আৰু 31 may 1911 ৰ দিনা ইয়াক চাবলৈ 1 লাখতকৈ বেছি মানুহ আহিছিল।
3)12 এপ্ৰিল 1912 ত জাহাজ খন ইংলেণ্ডৰ southampton ৰ পৰা নিউয়ৰ্ক লৈ ৰাওনা হল,
চাৰি দিনৰ যাত্ৰাৰ অন্তত 14 এপ্ৰিল 1912 ৰ 11.40 ত হিমপৰ্বত (iceberg) নামৰ এক বৰফৰ পৰ্বতত প্ৰচণ্ড খুন্দা মাৰে আৰু ফলত ইয়াৰ তলৰ ভাগত ছিদ্ৰ হোৱাত পানীৰে ভৰি পৰি জাহাজ খন পানীত ডুব গল।
4)হিমপৰ্বতত খুন্দা মৰাৰ প্ৰায় 2 ঘণ্টা 40 মিনিটৰ অন্তত জাহাজ খন সম্পূৰ্ণ ভাবে পানীত ডুব গৈছিল।
5) আনুমানিক তথ্যৰ মতে জাহাজ খনত 3547 মানুহ আছিল,তাৰে 1687 যাত্ৰী আৰু 860 কৰ্মচাৰী আছিল,আৰু ইয়াৰে 1537 লোক নিহত হয়।
6) এই দুৰ্ঘটনাত নিহত হোৱা লোকৰ কেৱল 306 জনৰহে dead body উদ্ধাৰ হৈছিল।
7)জাহাজ খন ডুবা ঠাইত পানীৰ উষ্ণতা আছিল -2 ডিগ্ৰী চেলচিয়াছ আছিল আৰু কোনো মানুহ ইয়াত মাত্ৰ 15 মিনিট সময় সাঁতুৰিব পাৰিব,পিছত তেওঁৰ মৃত্যু হব।
8)জাহাজৰ লগত সংঘৰ্ষ হোৱা হিমপৰ্বতৰ উচ্চতা আছিল 100 ফুট,আৰু ই greenland ৰ glacier ৰ পৰা 10,000 বছৰ আগতে বেলেগ হয় আহিছিল।
9) টাইটানিক জাহাজৰ ইন্ধনৰ বাবে সদায় 600 টন কয়লাৰ প্ৰয়োজন হৈছিল আৰু 860 কৰ্মচাৰীৰ 176 কৰ্মচাৰী এই কামত প্ৰয়োজন হৈছিল। আৰু জাহাজৰ পৰা সদায় 100 টন ধোঁৱা ওলাইছিল।
10)এই জাহাজ খনৰ দুৰ্ঘটনা উত্তৰ আটলাণ্টিক মহাসাগৰত হৈছিল,এই জাহাজ খন বিচাৰি উলিয়াওঁতে 73 বছৰ সময় লাগিল আৰু 1 ছেপ্টেম্বৰ 1985 ত ইয়াক বিচাৰি পোৱা গল।
11) জাহাজ খন দুটা টুকুৰাত বিভক্ত হৈ 600 মিটাৰ অন্তৰে অন্তৰে পৰি আছিল,আৰু প্ৰায় 5 km দূৰত্বত ইয়াৰ parts বোৰ সিঁচৰতি হৈ আছিল।
12)এই জাহাজ খনৰ সকলো যাত্ৰী এই জাহাজ খনত যোৱাৰ কথা নাছিল ,কিন্তু টাইটানিক জাহাজৰ মালিক কোম্পানী *white star line* য়ে কয়লা কম হোৱাৰ বাবে বাকী বোৰ জাহাজ চলোৱা নাছিল আৰু সেইবাবেই যাত্ৰী বোৰক এই জাহাজ খনত নিয়া হৈছিল।
13)যাত্ৰী আৰু কৰ্মচাৰীৰ খাদ্যৰ জাহাজত 86000 pound মাংস,40000 কণী,40 টন আলু,3500 pound পিয়াঁজ,36000 আপেল আৰু বহুতো প্ৰকাৰৰ খোৱা খাদ্য মজুত আছিল।
14)টাইটানিক জাহাজৰ maximum speed আছিল 43 km/hour।
15)এই জাহাজৰ হৰণৰ sound 16 km দূৰলৈ শুনি পোৱা গৈছিল।
16) জাহাজ খনত 9 টা কুকুৰো আছিল তাৰে দুটাৰ জীৱন বাচিছিল।

Comments
Post a Comment