Skip to main content

Posts

Showing posts from December, 2018

WWE (World Wrestling Entertainment) বিষয়ে চমুকৈ।

#WWE  বিশ্বৰ সকলো মানুহৰ এক প্রিয় Wrestling game হয়,যত সমগ্ৰ বিশ্বৰ বলবান wrestler জড়িত থাকে। 1)#WWE  মানে হৈছে #World_Wrestling_Entertainment । ইয়াক প্ৰথমে Jess McMahon আৰু Toots Mondt নামৰ দুজন ব্যক্তিয়ে সৃষ্টি কৰিছিল,1952 ত,প্ৰথম অৱস্থাত ইয়াৰ নাম আছিল #CWC (#Copitol_Wrestling_Corporation_Ltd.) 2)ইয়াৰ মুখ্য কাৰ্যালয় #Stamford, #Connecticut  ত আছে। 3)1970 ত ইয়াৰ নাম হৈছিল #WWF আৰু 1980 ত ইয়াক #wing McMahon য়ে কিনি ললে, তাৰ পিছত আৰু কিছুমান বিবাদৰ ফলত ইয়াৰ নাম 2002 ত হলগৈ #WWE. 4)দৰ্শক সকলে ভাবে যে ইয়াত কেৱল ভাল body থকা ব্যক্তিহে থাকে আচলতে তেনে নহয়,,যিয়ে ভাল খেলে সিহঁতেহে ইয়াত থাকে। 5)#Match কোনে জিকিব সেইটো আগৰপৰাই নিশ্চিত হয় থাকে,,কিন্তু Match ৰ fight বোৰ আৰু দুখ পোৱা সকলো বোৰ সঁচা হয়। 6)কেতিয়াবা Match ত সাৰি যোৱা জনাওঁ বেছি পইচা পাই। 7) #Steminer বঢ়াবৰ বাবে Wrestler বোৰে কেতিয়াবা #ষ্টেৰয়ড_হৰমন ব্যৱহাৰ কৰে,,যদিও WWE ৰ #Balance_Policy য়ে ইয়াক অনুমতি নিদিয়ে তথাপিও এনে কাৰ্য হয় যায়। 8)যদিও এই খেলৰ জয়ীজন আগৰ পৰাই নিশ্চিত হৈ থাকে তথাপিও খেলত কেতিয়াবা ...

সৰু আকৃতিৰ প্ৰাণী বোৰে পৃথিৱী খনক মানুহতকৈ Slow Motion ত দেখে।সেইবাবে মানুহতকৈ সিহঁতৰ Speed বেছি।

পৃথিৱীত বহু ধৰণৰ প্ৰজাতিৰ প্ৰাণী আছে,কিন্তু সকলো প্ৰাণীয়ে এই পৃথিৱী খনক মানুহৰ নিচিনাকৈ নাচায়। এটা পৰীক্ষাৰ দ্বাৰা গম পোৱা গল যে "Small_animals_see_slow_motion_world."  মানে সৰু আকৃতিৰ প্ৰাণী বোৰে মানুহতকৈ কম বেগত(Slow_motion)ত পৃথিৱী খন দেখে। এই কথা নিৰ্ভৰ কৰে প্ৰাণীটোৰ দেহৰ ওজন আৰু Matabolic_rate ৰ ওপৰত। পৃথিৱী খনক slow motion ত দেখা মানে হল সময়ক slow motion ত অনুভৱ কৰা।  আৰু কোনো এক প্ৰাণীৰ বাবে সময় কিমান slow motion হয়  ই নিৰ্ভৰ কৰে প্ৰাণী টোৰ Nervous_Sytem ৰ speed ৰ ওপৰত,ই কিমান সংবেদনশীল। এটা Expriment ত fluctuate (ঢিমিক ধামাক) কৰি থকা এক পোহৰ কিছুমান মানুহক চাবলৈ দিয়া হল,কিন্তু সকলোৱে সেই পোহৰত স্থিৰ ৰূপে দেখিলে fluctuate হৈ থকা দেখি নাপালে। তাৰ পিছত সেই পোহৰ কিছুমান প্ৰাণীক দেখুৱা গল আৰু সিহঁতৰ মগজুৰ গতিবিধি বোৰ জোখাৰ পিছত পোৱা গল যে কিছুমান প্ৰাণীয়ে সেই high frequency light কো fluctuate হোৱা দেখিব পৰিছে,সিহঁতে সময়ক এক স্পষ্ট Resolution ত দেখে। আৰু সেই প্ৰাণী বোৰে আমি কৰা কাম বোৰ Slow motion ত দেখে। যেনেকৈ এখন flim ত বন্দুকৰ পৰা slow motion ত গুলি ওলা...

Statue of Liberty সৈতে জড়িত কেইটামান তথ্য।

1)Statue of Liberty নিউয়ৰ্কৰ harbor ৰ ওচৰৰ আজ সৰু দ্বীপত অৱস্থিত এক বিশাল মূৰ্তি ,যাৰ এখন হাতত জুই আৰু আনখন হাতত এখন কিতাপ আছে। এই মূৰ্তি টো আমেৰিকাক ফ্ৰান্সে উপহাৰ দিছিল। 2)এই মূৰ্তি সাজোঁতে 9 বছৰতকৈও অধিক সময়ৰ প্ৰয়োজন হৈছিল। 3)ইয়াৰ উচ্চতা 306 ft 1 inch (93 মিটাৰ) আৰু ইয়াৰ ওজন প্ৰায় 2 লাখ 25 হাজাৰ কেজি। 4)মূৰ্তিটোৰ মূৰত থকা মুকুট টোত সাত ডাল দণ্ড আছে সেই কেইডালে পৃথিৱীৰ সাত টা দীপক সূচাইছে। 5)মূৰ্তিটোৰ মুকুট তোলৈ যাবলৈ 354 ঘূৰণীয়া খটখতি অতিক্ৰম কৰিব লগা হয়,মুকুট টোত মুঠ 25 খন খিৰিকী আছে। 6)মূৰ্তিটোৰ জুইৰ শিখা টো 1876 তেই সাজি উলিয়াইছিল।কিন্তু 1916 ৰ বিশ্বযুদ্ধৰ সময়ত তাৰ অলপ ক্ষতিগ্ৰস্ত হৈছিল সেইবাবে তাক ঠিক কৰা হল আৰু মুকুটোলৈ যোৱা খটখতিটো বন্ধ কৰি দিয়া হল। 1984 ত জুইৰ শিখা সলনি কৰি তাৰ ঠাইত 24 kg ৰ সোণ লগোৱা হল। 7)মূৰ্তিটোৰ বাওঁহাতত এখন কিতাপ আছে যত আমেৰিকাৰ গণতন্ত্ৰ দিৱস(4 july 1776) Roman আখৰত  লিখা আছে। 8)Statue of Liberty মূৰ্তিৰ সম্পূৰ্ণ নাম  “Liberty_Enlightening_the_World” মূৰ্তি যিটো দ্বীপত আছে সেই দ্বীপটোক Liberty_Island বুলি কোৱা হয়। 1956 ৰ আগত...

Area51,USA. পৃথিৱীৰ ৰহস্যময়ী ঠাইৰ ভিতৰত অন্যতম এখন

Area 51,USA ৰ বায়ুসেনাৰ ভিতৰত পৰা এক Area ,যি পৃথিৱীৰ বাবে এক ৰহস্যজনক area হিচাবে জনাজাত,বায়ুসেনাৰ ই এক গৱেষণা কেন্দ্ৰ হয়,,এইবুলি জনা যায় যে ইয়াত USA ৰ বহুতো secret লুকাই আছে,যোনবোৰ তেওঁলোকে পৃথিৱীৰ অন্যদেশক জনাব নিবিচাৰে। Area 51 ক অলিয়েনৰ গঁড় বুলিও জনা যায়,পৃথিৱীৰ বিভিন্ন ঠাইত অলিয়েন দেখাৰ দাবী বহুতে কৰে,কোনটো Area 51 ৰ ক্ষেত্ৰত ই প্ৰমাণিত,,এই ঠাইৰ আশেপাশে এনেকুৱা কিছুমান সামগ্ৰী পোৱা যায় যে সেইবোৰৰ অলিয়েনৰ থকাৰ প্ৰমাণ দিয়ে, 2014 ত এজন uSA ৰ senior scientist Biode bossmen য়ে এইবুলি কৈছিল যে তেওঁ তালৈ গৈছিল আৰু বাহিৰৰ planet ৰ অলিয়েনৰ সৈতে তেওঁ কথা পাতিছিল আৰু কেনেকৈ অলিয়েনে মাত্ৰ 1 ঘণ্টাতে নিজৰ planet পৰা ইয়ালৈ আহিব পাৰে তাৰ বিষয়েও কলে। Edward loubik নামৰ এজন scientist য়ে 30 বছৰতকৈও অধিক সময় সেই ঠাইত কাম কৰিছিল,তেওঁ সেই ঠাই খনৰ ভয় মানুহৰ আগত দেখুৱাইছিল আৰু সকলোৱে সেইবাবে সেই ঠাইলৈ যাবলৈ ভয় খাইছিল,,সেইঠাইৰ পৰা অলিয়েনৰ dead body ৰ কিছুমান ফটো ও পোৱা গৈছিল,। USA চৰকাৰে সেই ঠাইলৈ কোনো বাহিৰা মানুহ প্ৰৱেশ কৰিবলৈ নিদিয়ে,,ই বহুত বিপদজনক,ইয়াত অলিয়েন আৰু neuclear অস্ত্ৰ আৰু বহুতো বি...

আমাৰ সৌৰ জগত খনৰ বিষয়ে চমুকৈ।

সূৰ্যক  কেন্দ্ৰ কৰি চাৰিওফালে যি গ্ৰহ, উপগ্ৰহ,আৰু পিণ্ড বোৰ আছে এই গোটেই system টোক  সৌৰজগত  বুলি কোৱা হয়।এতিয়ালৈকে জনা মতে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ কেৱল আমাৰ সৌৰজগতৰ পৃথিৱীত হে জীৱনৰ অস্তিত্ব আছে। আমাৰ সৌৰজগতত প্ৰথমে 9 টা গ্ৰহ আছিল 2006 ৰ পিছত মুঠ 8 টা গ্ৰহ ধৰা হল,, pluto ক আমাৰ সৌৰ জগতৰ পৰা বাহিৰ কৰি দিয়া হল। আমাৰ সৌৰজগতৰ বয়স হৈছে 4.568 billion years. সূৰ্য -- সূৰ্য হৈছে আমাৰ সৌৰজগত খনৰ কেন্দ্ৰ টাক কেন্দ্ৰ কৰিয়েই সকলো গ্ৰহ নিজৰ কক্ষ পথত ঘূৰি থাকে।ই গোলাকাৰ আৰু উত্তপ্ত,পৃথিৱীৰ সকলো গছ গছনি,জীৱ জন্তুৰ শক্তিৰ মূল উৎস হৈছে সূৰ্য।ই helium আৰু hydrogen ৰ দ্বাৰা গঠিত।আৰু কম পৰিমাণৰ oxygen, neon,carbon,iron পোৱা যায়। গ্ৰহ -- 1) বুধ_গ্ৰহ  ( Mercury ) সূৰ্যৰ একেবাৰে ওচৰৰ গ্ৰহ,সকলোতকৈ সৰু আৰু সকলোতকৈ কম সময়তে (88 দিন)সূৰ্যৰ চাৰিওফাঁলে পৰিক্ৰমা কৰা গ্ৰহ। 2) শুক্ৰ_গ্ৰহ  ( Venus ) দ্বিতীয় স্থানৰ গ্ৰহ, পৃথিৱীৰ কাষৰ গ্ৰহ আৰু কিছুমান মিল থকাৰ বাবে ইয়াক পৃথিৱীৰ sister বুলি কোৱা হয়,( twin_sister_of_earth ) ই নিজৰ কক্ষ পথত এপাক ঘূৰিবলৈ 242 দিন লয়,ইয়াৰ অৰ্থ...