#WWE বিশ্বৰ সকলো মানুহৰ এক প্রিয় Wrestling game হয়,যত সমগ্ৰ বিশ্বৰ বলবান wrestler জড়িত থাকে। 1)#WWE মানে হৈছে #World_Wrestling_Entertainment । ইয়াক প্ৰথমে Jess McMahon আৰু Toots Mondt নামৰ দুজন ব্যক্তিয়ে সৃষ্টি কৰিছিল,1952 ত,প্ৰথম অৱস্থাত ইয়াৰ নাম আছিল #CWC (#Copitol_Wrestling_Corporation_Ltd.) 2)ইয়াৰ মুখ্য কাৰ্যালয় #Stamford, #Connecticut ত আছে। 3)1970 ত ইয়াৰ নাম হৈছিল #WWF আৰু 1980 ত ইয়াক #wing McMahon য়ে কিনি ললে, তাৰ পিছত আৰু কিছুমান বিবাদৰ ফলত ইয়াৰ নাম 2002 ত হলগৈ #WWE. 4)দৰ্শক সকলে ভাবে যে ইয়াত কেৱল ভাল body থকা ব্যক্তিহে থাকে আচলতে তেনে নহয়,,যিয়ে ভাল খেলে সিহঁতেহে ইয়াত থাকে। 5)#Match কোনে জিকিব সেইটো আগৰপৰাই নিশ্চিত হয় থাকে,,কিন্তু Match ৰ fight বোৰ আৰু দুখ পোৱা সকলো বোৰ সঁচা হয়। 6)কেতিয়াবা Match ত সাৰি যোৱা জনাওঁ বেছি পইচা পাই। 7) #Steminer বঢ়াবৰ বাবে Wrestler বোৰে কেতিয়াবা #ষ্টেৰয়ড_হৰমন ব্যৱহাৰ কৰে,,যদিও WWE ৰ #Balance_Policy য়ে ইয়াক অনুমতি নিদিয়ে তথাপিও এনে কাৰ্য হয় যায়। 8)যদিও এই খেলৰ জয়ীজন আগৰ পৰাই নিশ্চিত হৈ থাকে তথাপিও খেলত কেতিয়াবা ...
1)Statue of Liberty নিউয়ৰ্কৰ harbor ৰ ওচৰৰ আজ সৰু দ্বীপত অৱস্থিত এক বিশাল মূৰ্তি ,যাৰ এখন হাতত জুই আৰু আনখন হাতত এখন কিতাপ আছে।
এই মূৰ্তি টো আমেৰিকাক ফ্ৰান্সে উপহাৰ দিছিল।
2)এই মূৰ্তি সাজোঁতে 9 বছৰতকৈও অধিক সময়ৰ প্ৰয়োজন হৈছিল।
3)ইয়াৰ উচ্চতা 306 ft 1 inch (93 মিটাৰ) আৰু ইয়াৰ ওজন প্ৰায় 2 লাখ 25 হাজাৰ কেজি।
4)মূৰ্তিটোৰ মূৰত থকা মুকুট টোত সাত ডাল দণ্ড আছে সেই কেইডালে পৃথিৱীৰ সাত টা দীপক সূচাইছে।
5)মূৰ্তিটোৰ মুকুট তোলৈ যাবলৈ 354 ঘূৰণীয়া খটখতি অতিক্ৰম কৰিব লগা হয়,মুকুট টোত মুঠ 25 খন খিৰিকী আছে।
6)মূৰ্তিটোৰ জুইৰ শিখা টো 1876 তেই সাজি উলিয়াইছিল।কিন্তু 1916 ৰ বিশ্বযুদ্ধৰ সময়ত তাৰ অলপ ক্ষতিগ্ৰস্ত হৈছিল সেইবাবে তাক ঠিক কৰা হল আৰু মুকুটোলৈ যোৱা খটখতিটো বন্ধ কৰি দিয়া হল। 1984 ত জুইৰ শিখা সলনি কৰি তাৰ ঠাইত 24 kg ৰ সোণ লগোৱা হল।
7)মূৰ্তিটোৰ বাওঁহাতত এখন কিতাপ আছে যত আমেৰিকাৰ গণতন্ত্ৰ দিৱস(4 july 1776) Roman আখৰত লিখা আছে।
8)Statue of Liberty মূৰ্তিৰ সম্পূৰ্ণ নাম “Liberty_Enlightening_the_World”
মূৰ্তি যিটো দ্বীপত আছে সেই দ্বীপটোক Liberty_Island বুলি কোৱা হয়। 1956 ৰ আগত Bedloe’s Island বুলি কোৱা হৈছিল।
9)মূৰ্তি টোক Libertas নামৰ Roman দেৱীৰ প্ৰেৰণা লৈ সজোৱা হৈছিল যাক স্বতন্ত্ৰটাৰ দেৱী বুলি তেওঁলোকে মানে,মূৰ্তি কাৰ সকলে তেওঁলোকৰ সেই দেৱীৰ চেহেৰাক লৈ সাজিছিল।
10)1929 আৰু 1932 ত দুজন লোকে ইয়াৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছিল,আৰু কোনোবাই ইয়াৰ পৰা পৰা পিছতো জীৱিত আছে।
11)প্ৰতি বছৰে ইয়ালৈ প্ৰায় 30 লাখ পৰ্যটক আহে।
28 অক্টোবৰ 2018 ত ইয়াৰ 132 বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হব।
12)এই মূৰ্তিৰ জোতাৰ নম্বৰ হল 879..
13)মূৰ্তিটোৰ উচ্চতা বেছি হোৱাৰ বাবে প্ৰতি বছৰে ইয়াত প্ৰায় 300 বিজুলী পৰে যাক একত্ৰিত কৰিলে 600 volts কাৰেণ্ট পোৱা যাব।

Comments
Post a Comment