#WWE বিশ্বৰ সকলো মানুহৰ এক প্রিয় Wrestling game হয়,যত সমগ্ৰ বিশ্বৰ বলবান wrestler জড়িত থাকে। 1)#WWE মানে হৈছে #World_Wrestling_Entertainment । ইয়াক প্ৰথমে Jess McMahon আৰু Toots Mondt নামৰ দুজন ব্যক্তিয়ে সৃষ্টি কৰিছিল,1952 ত,প্ৰথম অৱস্থাত ইয়াৰ নাম আছিল #CWC (#Copitol_Wrestling_Corporation_Ltd.) 2)ইয়াৰ মুখ্য কাৰ্যালয় #Stamford, #Connecticut ত আছে। 3)1970 ত ইয়াৰ নাম হৈছিল #WWF আৰু 1980 ত ইয়াক #wing McMahon য়ে কিনি ললে, তাৰ পিছত আৰু কিছুমান বিবাদৰ ফলত ইয়াৰ নাম 2002 ত হলগৈ #WWE. 4)দৰ্শক সকলে ভাবে যে ইয়াত কেৱল ভাল body থকা ব্যক্তিহে থাকে আচলতে তেনে নহয়,,যিয়ে ভাল খেলে সিহঁতেহে ইয়াত থাকে। 5)#Match কোনে জিকিব সেইটো আগৰপৰাই নিশ্চিত হয় থাকে,,কিন্তু Match ৰ fight বোৰ আৰু দুখ পোৱা সকলো বোৰ সঁচা হয়। 6)কেতিয়াবা Match ত সাৰি যোৱা জনাওঁ বেছি পইচা পাই। 7) #Steminer বঢ়াবৰ বাবে Wrestler বোৰে কেতিয়াবা #ষ্টেৰয়ড_হৰমন ব্যৱহাৰ কৰে,,যদিও WWE ৰ #Balance_Policy য়ে ইয়াক অনুমতি নিদিয়ে তথাপিও এনে কাৰ্য হয় যায়। 8)যদিও এই খেলৰ জয়ীজন আগৰ পৰাই নিশ্চিত হৈ থাকে তথাপিও খেলত কেতিয়াবা ...
আমাৰ পৃথিৱীত এনেকুৱা ধৰণৰ কিছুমান ঘটনা ঘটিত হৈ থাকে যাক লয় সকলো মানুহ আচৰিত হব লগা হয়,,,,বিশ্বত অতীজৰে পৰা চলি অহা এক প্ৰাকৃতিক ঘটনা,
#মাছ_বেং_সাপ ইত্যাদিৰ বৰষুণ..আকাশৰ পৰা জীৱৰ বৰষুণ।।।
#প্ৰথম মাছৰ বৰষুণ হৈছিল 1861 ত #Singapore ,
প্ৰথম বেংৰ বৰষুণ হৈছিল 2009 ত জাপানত আৰু সাপৰ বৰষুণ হৈছিল 1680 ত।
#আমাৰ ভাৰতৰ #কেৰেলা(2008).
#যমনগৰ(2009).
#তামিল নাডু (ছেপ্টেম্বৰ 12, 2013).
আৰু #অন্ধ্ৰপ্ৰদেশ (19 june,2015,
16 আগষ্ট 2015,
19 may 2016।।।।
ইত্যাদি আৰু বহুতো ঠাইত মাছৰ বৰষুণ হৈছিল।।।
#সৰ্ব_প্ৰথমে #French_physicist_André_Marie_Ampère (1775 – 1836)এই ঘটনাৰ ওপৰত ধ্যান দিছিল।
আৰু #Society_of_Natural_Science ক ইয়াৰ বিষয়ে কিছু উপদেশ দিছিল।।
#1861 ৰ ঘটনাৰ পিছত
#French_naturalist
#Francis_de_Laporte_de_Castelnau য়ে এই ঘটনাৰ ওপৰত expriment চলাবলৈ আৰম্ভ কৰে।।
আৰু বহুতো এনেকুৱা ঘটনা ৰাইজৰ আগত অহাৰ পিছত বৈজ্ঞানিক সকলে ইয়াৰ ওপৰত এক পৰীক্ষণ চলাই আৰু ইয়াৰ কাৰণ..
#WaterSpout(জলস্তম্ভ) আৰু #Tornadoes(ঘূৰ্ণিৱতাহ).বুলি কয়।
#জলস্তম্ভৰ অৰ্থ হৈছে সমুদ্ৰ পৃষ্ঠত ডাৱৰৰ মিলন,,,আৰু #ঘূৰ্ণি_বতাহ ,
যেতিয়া সমূদ্ৰত এই দুই দুৰ্যোগ সংঘটিত হয় তেতিয়া সমূদ্ৰত এক প্ৰলয়ঙকাৰী পৰিবেশৰ সৃষ্টি হয়,আৰু যেতিয়া এই বিশাল ঘূৰ্ণিবতাহ সমুদ্ৰ তল চুৱে তেতিয়া সমুদ্ৰৰ পানীত এক বিশাল ঘূৰ্ণি বতাহৰ সৃষ্টি হয় আৰু সমুদ্ৰৰ সেই ঠাইৰ সকলো জীৱ সেই ঘূৰ্ণি বতাহে ওপৰলৈ উৰুৱাই লৈ যায় আৰু ডাৱৰ পৃষ্ঠ পায়গৈ আৰু বতাহৰ প্ৰকোপ নকমালৈকে এই জীৱ বোৰ বতাহৰ লগত উৰি থাকে আৰু বতাহৰ প্ৰকোপ হ্ৰাস হোৱাৰ লগে লগে এই সকলো বোৰ জীৱ তললৈ পৰি যায়,,,ইয়াই মাছৰ বৰষুণ ,আৰু সকলো মানুহে ইয়াক আকাশৰ পৰা মাছৰ,বেং আদিৰ বৰষুণ পৰা বুলি ভাবে,,,আৰু আচৰিত হয় কিছুমান super power বুলি ভাবিবলৈ লয়।।
এনেধৰণৰ বৰষুণত মাছ,বেং,সাপ ইত্যাদিৰ লগতে এনেধৰণৰ সকলো পানীৰ জীৱ তললৈ পৰা দেখা যায়।
ইতিহাসত কুকুৰ,মেকুৰী আৰু ঘৰীয়াল পৰ্যন্তৰ বৰষুণ হোৱা record আছে।।
কিন্তু ইয়াৰ প্ৰকৃত সত্য বৈজ্ঞানিক সকলে পৰীক্ষা কৰি উলিয়াই পেলালে ।।
যদি আপোনালোকেও এনে পৰিস্থিতিৰ সন্মুখীন কেতিয়াবা হয় ভয় খোৱাৰ কোনো কাৰণ নাই,,ই এক প্ৰাকৃতিক ঘটনা।।

Comments
Post a Comment