#WWE বিশ্বৰ সকলো মানুহৰ এক প্রিয় Wrestling game হয়,যত সমগ্ৰ বিশ্বৰ বলবান wrestler জড়িত থাকে। 1)#WWE মানে হৈছে #World_Wrestling_Entertainment । ইয়াক প্ৰথমে Jess McMahon আৰু Toots Mondt নামৰ দুজন ব্যক্তিয়ে সৃষ্টি কৰিছিল,1952 ত,প্ৰথম অৱস্থাত ইয়াৰ নাম আছিল #CWC (#Copitol_Wrestling_Corporation_Ltd.) 2)ইয়াৰ মুখ্য কাৰ্যালয় #Stamford, #Connecticut ত আছে। 3)1970 ত ইয়াৰ নাম হৈছিল #WWF আৰু 1980 ত ইয়াক #wing McMahon য়ে কিনি ললে, তাৰ পিছত আৰু কিছুমান বিবাদৰ ফলত ইয়াৰ নাম 2002 ত হলগৈ #WWE. 4)দৰ্শক সকলে ভাবে যে ইয়াত কেৱল ভাল body থকা ব্যক্তিহে থাকে আচলতে তেনে নহয়,,যিয়ে ভাল খেলে সিহঁতেহে ইয়াত থাকে। 5)#Match কোনে জিকিব সেইটো আগৰপৰাই নিশ্চিত হয় থাকে,,কিন্তু Match ৰ fight বোৰ আৰু দুখ পোৱা সকলো বোৰ সঁচা হয়। 6)কেতিয়াবা Match ত সাৰি যোৱা জনাওঁ বেছি পইচা পাই। 7) #Steminer বঢ়াবৰ বাবে Wrestler বোৰে কেতিয়াবা #ষ্টেৰয়ড_হৰমন ব্যৱহাৰ কৰে,,যদিও WWE ৰ #Balance_Policy য়ে ইয়াক অনুমতি নিদিয়ে তথাপিও এনে কাৰ্য হয় যায়। 8)যদিও এই খেলৰ জয়ীজন আগৰ পৰাই নিশ্চিত হৈ থাকে তথাপিও খেলত কেতিয়াবা ...
1)সপোনত আমি কেতিয়াও পঢ়িব নোৱাৰো।
2)সপোন দেখাৰ সময়ত যদি আমি ঘড়ী চাওঁ,বাৰে বাৰে বেলেগ বেলেগ time দেখিম।
3)সপোন দেখাৰ বাবেই পৃথিৱীত বহু বস্তুৰ সৃষ্টি হল, Larry Page য়ে google ৰ আবিষ্কাৰ সপোন দেখাৰ পিছতে সৃষ্টি কৰিছিল।
4)সপোন দেখাৰ সময়ত আমাৰ মগজুয়ে দ্ৰুত গতিত ক্ৰিয়া কৰে।(বেছি সক্ৰিয় ভাৱে)।
5)জীৱ জন্তু বোৰেও সপোন দেখে।
6)সপোন দেখাৰ পিছত 60% মানুহেই সেই সপোন পাহৰি যায়।
7)জন্মৰ পৰা অন্ধ লোকে সপোনত একো দেখিব নোৱাৰে,কিন্তু জন্মৰ পৰা অন্ধ নোহোৱা লোকে সপোনত চিত্ৰ দেখিব পাৰে।
8)সপোনত আমি সেইবোৰ মানুহকে দেখোঁ,,যাক আমি আজিলৈকে জীৱনত দেখিছোঁ।
9)বেছি ভাগ মানুহেই ঋণাত্মক দিশৰ সপোনে দেখে।
10)এক ৰাতিত এজন মানুহে 7 টা বেলেগ বেলেগ ধৰণৰ সপোন দেখিব পাৰে।
11)70% লৰাই সপোনত কেৱল লৰাকে দেখে কিন্তু ছোৱালীয়ে লৰা আৰু ছোৱালী দুয়োকে দেখে।
12)12% মানুহে সপোন black and white দেখে।
13) সপোন দেখিলে আমাৰ mind ৰ শক্তি বৃদ্ধি পাই,সেইবাবে সপোন দেখাটো ভাল।
14)এজন সামান্য ব্যক্তিয়ে তেওঁৰ গোটেই জীৱনটো প্রায় 6 বছৰ সময় সপোন দেখোঁতেই অতিবাহিত কৰে।
15)পৃথিৱীত এনেকুৱা এজন মানুহ নাই যিজনে সপোন নেদেখাকে আছে।

Comments
Post a Comment