#WWE বিশ্বৰ সকলো মানুহৰ এক প্রিয় Wrestling game হয়,যত সমগ্ৰ বিশ্বৰ বলবান wrestler জড়িত থাকে। 1)#WWE মানে হৈছে #World_Wrestling_Entertainment । ইয়াক প্ৰথমে Jess McMahon আৰু Toots Mondt নামৰ দুজন ব্যক্তিয়ে সৃষ্টি কৰিছিল,1952 ত,প্ৰথম অৱস্থাত ইয়াৰ নাম আছিল #CWC (#Copitol_Wrestling_Corporation_Ltd.) 2)ইয়াৰ মুখ্য কাৰ্যালয় #Stamford, #Connecticut ত আছে। 3)1970 ত ইয়াৰ নাম হৈছিল #WWF আৰু 1980 ত ইয়াক #wing McMahon য়ে কিনি ললে, তাৰ পিছত আৰু কিছুমান বিবাদৰ ফলত ইয়াৰ নাম 2002 ত হলগৈ #WWE. 4)দৰ্শক সকলে ভাবে যে ইয়াত কেৱল ভাল body থকা ব্যক্তিহে থাকে আচলতে তেনে নহয়,,যিয়ে ভাল খেলে সিহঁতেহে ইয়াত থাকে। 5)#Match কোনে জিকিব সেইটো আগৰপৰাই নিশ্চিত হয় থাকে,,কিন্তু Match ৰ fight বোৰ আৰু দুখ পোৱা সকলো বোৰ সঁচা হয়। 6)কেতিয়াবা Match ত সাৰি যোৱা জনাওঁ বেছি পইচা পাই। 7) #Steminer বঢ়াবৰ বাবে Wrestler বোৰে কেতিয়াবা #ষ্টেৰয়ড_হৰমন ব্যৱহাৰ কৰে,,যদিও WWE ৰ #Balance_Policy য়ে ইয়াক অনুমতি নিদিয়ে তথাপিও এনে কাৰ্য হয় যায়। 8)যদিও এই খেলৰ জয়ীজন আগৰ পৰাই নিশ্চিত হৈ থাকে তথাপিও খেলত কেতিয়াবা ...
আমাৰ পৃথিৱীয়ে নিজ কক্ষ পথত এপাক ঘূৰিবলৈ 24 ঘণ্টা সময় লয় আৰু তাৰ ফলস্বৰূপে ইয়াত দিন আৰু ৰাতি হয়।
সূৰ্য উদয় হয় দিনৰ আৰম্ভ হয় আৰু সূৰ্য অস্ত গৈ ৰাতিৰ আৰম্ভ হয়। ই এক প্ৰাকৃতিক পৰিঘটনা।যাক আমি সদায় পৰিলক্ষিত কৰি আছো।
#কিন্তু পৃথিৱীত এনে কিছুমান ঠাই আছে যত 24 ঘণ্টাই দিন হয় থাকে আৰু কিছুমান ঠাইত 24 ঘণ্টাই ৰাতি হয় থাকে।
ই এক অতি ৰহস্যজনক ঠাই যাক চাবলৈ পৃথিৱীৰ সকলো ঠাইৰ পৰ্যটক আহে। আৰু এই দৃশ্য প্ৰদৰ্শন কৰে।
#ইয়াৰ কাৰণ এই ঠাইৰ সমূহ #Arctic Cirlce ৰ ভিতৰত অৱস্থিত।#Arctic Circle ৰ ভিতৰত অৱস্থিত এনে কিছুমান ঠাই আছে যত বছৰৰ বহু সপ্তাহ 24 ঘণ্টাই সূৰ্য দেখা নাযায় নতুবা কিছু সময়ৰ বাবেহে সূৰ্য দেখা যায় আৰু তাৰ বিপৰীতে এনে কিছুমান ঠাই আছে যত মগজুৰি ৰাতি নহয় মাথোঁ কিছু সময়ৰ বাবে ৰতি হয়।
#এই স্থিতিক #Polar day আৰু #Ploar Night বুলি কোৱা হয়।
এনে কিছুমান ঠাই হৈছে
1)#Norway-ই ইউৰোপ মহাদ্বীপ ৰ অন্তৰ্গত এখন দেশ। এই ঠিক মধ্য ৰাত্রী ৰ দেশ বুলি জনা যায়।ইয়াত #may ৰ পৰা #july ৰ ভাগত 75 দিনত মাত্ৰ 4 ঘণ্টাৰ বাবেহে সূৰ্য দেখা যায়।। মধ্য ৰাত্রীৰ কিছু সময়ৰ বাবেহে সূৰ্য দেখা যায়।
এই ৰহস্যময়ী মনোমোহা দৃশ্য চাবলৈ পৃথিৱীৰ বহু পৰ্যটক ইয়ালৈ আহে।
2)#Iceland--ইউৰোপৰ Iceland ত may ৰ পৰা july সময় চোৱাত সূৰ্যাস্ত নহয় মাথোঁ #Arctic_summer ত সূৰ্য মাজনিশা ডুব যায় আৰু 3 মান বজাত পুনৰ সূৰ্য উদয় হয়।।
মাথোঁ দুই তিনি ঘণ্টা সময়ৰ বাবে সূৰ্য ডুব যায় ৰাত্রী হয়।
3)#Canada--এনেকুৱা এখন দেশ যত ১২ মাহ জুৰি বৰফৰ দ্বাৰা আবৃত হয় থাকে,আৰু ইয়াৰ উত্তৰ-পশ্চিম অঞ্চলত গৰমৰ দিনত ইয়াত 50 তা দিনলৈ সূৰ্য উদয় নহয়।
4)#Sweden-ইউৰোপ মহাদ্বীপ ৰ উত্তৰ #Scandinavia ক্ষেত্ৰৰ অন্তৰ্গত এখন দেশ,এই ঠাইত সূৰ্য মাত্ৰ 20 ঘণ্টা জুৰি দেখা যায়,ইয়াৰ অৰ্থ ৰাতি 12 বজাত সূৰ্য ডুব যায় আৰু 4 বজাত পুনৰ উদয় হয়।
আৰু এনেকুৱা কেইখন মান ঠাই আছে যেনে-#Finland আৰু #Alska।

Comments
Post a Comment