#WWE বিশ্বৰ সকলো মানুহৰ এক প্রিয় Wrestling game হয়,যত সমগ্ৰ বিশ্বৰ বলবান wrestler জড়িত থাকে। 1)#WWE মানে হৈছে #World_Wrestling_Entertainment । ইয়াক প্ৰথমে Jess McMahon আৰু Toots Mondt নামৰ দুজন ব্যক্তিয়ে সৃষ্টি কৰিছিল,1952 ত,প্ৰথম অৱস্থাত ইয়াৰ নাম আছিল #CWC (#Copitol_Wrestling_Corporation_Ltd.) 2)ইয়াৰ মুখ্য কাৰ্যালয় #Stamford, #Connecticut ত আছে। 3)1970 ত ইয়াৰ নাম হৈছিল #WWF আৰু 1980 ত ইয়াক #wing McMahon য়ে কিনি ললে, তাৰ পিছত আৰু কিছুমান বিবাদৰ ফলত ইয়াৰ নাম 2002 ত হলগৈ #WWE. 4)দৰ্শক সকলে ভাবে যে ইয়াত কেৱল ভাল body থকা ব্যক্তিহে থাকে আচলতে তেনে নহয়,,যিয়ে ভাল খেলে সিহঁতেহে ইয়াত থাকে। 5)#Match কোনে জিকিব সেইটো আগৰপৰাই নিশ্চিত হয় থাকে,,কিন্তু Match ৰ fight বোৰ আৰু দুখ পোৱা সকলো বোৰ সঁচা হয়। 6)কেতিয়াবা Match ত সাৰি যোৱা জনাওঁ বেছি পইচা পাই। 7) #Steminer বঢ়াবৰ বাবে Wrestler বোৰে কেতিয়াবা #ষ্টেৰয়ড_হৰমন ব্যৱহাৰ কৰে,,যদিও WWE ৰ #Balance_Policy য়ে ইয়াক অনুমতি নিদিয়ে তথাপিও এনে কাৰ্য হয় যায়। 8)যদিও এই খেলৰ জয়ীজন আগৰ পৰাই নিশ্চিত হৈ থাকে তথাপিও খেলত কেতিয়াবা ...
বিজ্ঞানৰ মতে পৃথিৱীয়ে এনেকুৱা এক স্থান যত জীৱৰ অস্তিত্ব পোৱা যায়,আজি লৈকে এনেকুৱা এক স্থান বিচাৰিব পৰা নাই যে যত জীৱৰ অস্তিত্ব থাকিব পাৰে।।
1)#মহাদ্বীপ_বোৰৰ_নিৰ্মাণ--
প্ৰায় 30 কোটি বছৰ পূৰ্বে আমাৰ পৃথিৱীত কোনো দেশ নাছিল,সকলো দ্বীপ একেলগে গোট খাই আছিল,যাক বিজ্ঞানে Panjea বুলি নাম দিছে,মহাকাশৰ পৰা অহা উল্কাপিণ্ডই পৃথিৱীত খুন্দা মৰাৰ পিছত এই #Panjea বিভাজিত হল আৰু বহুতো দ্বীপ ৰ সৃষ্টি হল,বৈজ্ঞানীকৰ মতে অহা 25 কোটি বছৰ অন্তত আকৌ দ্বীপ বোৰ এক লগ হব আৰু তাৰ নাম দিছে #Panjea Ultima

2)#পৃথিৱীৰ_বয়স---
আমাৰ পৃথিৱীৰ বয়স প্ৰায় 454 কোটি বছৰ,#Radiometric_dating_method
ৰ দ্বাৰা সকলো পদাৰ্থৰ বয়স নিৰূপন কৰিব পৰা যায়,আৰু পৃথিৱীত পোৱা সকলোতকৈ পুৰণা পদাৰ্থৰ বয়স 454 কোটি বছৰ পোৱা গৈছে।
আমাৰ পৃথিৱীৰ বয়স প্ৰায় 454 কোটি বছৰ,#Radiometric_dating_method
ৰ দ্বাৰা সকলো পদাৰ্থৰ বয়স নিৰূপন কৰিব পৰা যায়,আৰু পৃথিৱীত পোৱা সকলোতকৈ পুৰণা পদাৰ্থৰ বয়স 454 কোটি বছৰ পোৱা গৈছে।
4)#বাসস্থানৰ_বাবে_উপযোগী_ঠাই---
পৃথিৱীত মাটি 3 ভাগৰ এভাগ হে (1/3)তাৰে 50% হে মানুহৰ বাবে উপযোগী বাকী 50% মৰুভূমি আৰু পাহাৰ পৰ্বতৰে আৱৰা।
পৃথিৱীত মাটি 3 ভাগৰ এভাগ হে (1/3)তাৰে 50% হে মানুহৰ বাবে উপযোগী বাকী 50% মৰুভূমি আৰু পাহাৰ পৰ্বতৰে আৱৰা।
5)#আটলান্টিক মহাসাগৰত যিমান পানী আছে সিমান পৰিমাণৰ পানী এণ্টাৰ্কটিকা ত জমা হয় থকা বৰফত আছে ,যদি সেই বৰফ গলি যায় তেন্তে এক ভয়াবহ ৰূপৰ সৃষ্টি হব।
6)#The_Great_Wall_of_China, মানুহে নিৰ্মান কৰা এনে এক wall যাক মহাকাশৰ পৰাও দেখা যায়।
7)#পৃথিৱীয়ে নিজ কক্ষ পথত এপাক ঘূৰিবলৈ 25 ঘণ্টা( 23 hours, 56 minutes and 4.09053 seconds)সময় লয় আৰু সূৰ্যৰ চাৰিও ফালে এপাক ঘূৰিবলৈ 365 1/4 দিন সময় লাগে ।
8)#পৃথিৱীয়ে নিজক কক্ষত 1670 km/h গতিত গতি কৰি থাকে আৰু আমিও সেই গতিত গতি কৰি থাকোঁ।
9)#প্ৰত্যেক বছৰে লাখ লাখ ভূমিকম্প পৃথিৱীত আহে তাৰে 1 লাখ আমিও অনুভৱ কৰিব পাৰো আৰু মাত্ৰ প্ৰায় 100 টা ভূমিকম্পই ক্ষতি সাধন কৰে।
10)#সৌৰজগতত পৃথিৱীয়ে এনেকুৱা এটা গ্ৰহ যত পানীৰ তিনিটা অৱস্থা পোৱা যায়, গোটা জুলীয়া আৰু বাষ্প।
11)22 এপ্ৰিলত আমেৰিকাই প্ৰথম পৃথিৱী দিৱস উদযাপন কৰিছিল ।
12)2016 লৈকে 1419 কৃত্ৰিম উপগ্ৰহ মহাকাশত স্থাপন কৰা হৈছে।
13)মহাকাশৰ পৰা পৃথিৱীৰ ৰঙ বাদমী,নীলা,সেউজীয়া আৰু হালধীয়া দেখি পোৱা যায়।
14)পৃথিৱীৰ ব্যাসাৰ্ধ 6371 km.
15) পৃথিৱী আমাৰ সৌৰ জগতৰ তৃতীয় স্থানৰ গ্ৰহ।

Comments
Post a Comment